Assamese kabita (premer )
প্ৰিয়তমা
নিজাম ৰাতিত এটা শব্দ
হিদয়ৰ তিৰত মাৰিছে ,
সুধিছে , সেই অপৰূপাৰ বাবে
প্ৰাথনা কৰা।।
চকুযোৰ নদীৰ সোতৰ সাতে
পলকতে মিনতি কৰিছে ,
গছ-লতিকাক , প্ৰিয়মবদা কোমল শৰীৰত
টোপনীত মলিয়ন কৰা।।
জীৱনত এটাই আশা যে
সুখী ৰাখা মোৰ নাজমুনক ,
ইশবৰ , সকলো সময়ত শান্তি ত
পুৰ কৰা ।।।
ইতি,
মজনু ৰহমান
Comments
Post a Comment