প্ৰেম কাহিনী

                               প্ৰেম কাহিনী
                                                         
                                                       
ল'ৰা---সুজীদ 
ছোৱালী-----নাজমুন
         
              এদিন এজন  দুখীয়া লৰা "সুজীদ" য়ে 
কাম বিচাৰিবলৈ চাইকেল খন লৈ ওচৰৰ এখন চহৰলৈ ৰ‌ওনা দিয়ে।


কিন্তু দুৰ্ভাগ্য বসত তেঁও কোনো কাম বিচাৰি নাপালে।আবেলি বেলিৰ ৰ‌ঙ ৰঙা হোবাত তেওঁৰ জীৱনৰ ৰঙো ৰঙীন হল।তাৰ জীৱন ৰঙীন কৰা জনীৰ নাম নাজমুন।
              পিছে প্ৰতিদিনে সুজীদে তাই ক দেখি বলৈ সেই চহৰলৈ যায়।তেওঁ নাজমুন ৰ প্ৰেমত পাগল হৈ পৰে।তথাপি ও সুন্দৰী নাজমুন তেওঁক নুবুজে।


অবশেশত তেওঁ নাজমুনক তেওঁৰ প্ৰেম বুজাব নোবাৰী ।সেই প্ৰেম কবিতাত প্ৰকাশ কৰে।

         সুজীদে বহুত বিখ্যাত লেখক হিচাপে জনাজাত হয়।সুজীদৰ কবিতাত তেওঁৰ নাজমুন ‌ও সুখী বুলি গন্য কৰি তেওঁক জীৱনৰ
সাথী হিচাপে জীৱন সাথী কৰি লয়।



Comments

Popular posts from this blog

অসমীয়া ছোৱালী

DHUBRI CLEANING SERVICES 60010