পৃথিৱীৰ বিখ্যাত প্ৰেম (লাইলী -মজনু)
লাইলী-মজনু
।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।।
বহুত বছৰ আগত ছোউদী আৰবৰ এখন গাওঁ ত এজন ৰজা আছিল।তেওঁৰ কোনো সন্তান নথকাত তেওঁ ঈশ্বৰৰ ওচৰত বহুত প্ৰাথনা
কৰি এটা পুত্ৰ সন্তান জন্ম দিয়ে।তেওঁৰ নাম ৰাখে
"কায়েজ ইবন আল মুলভল"।তেওঁৰ আন এটা নাম মজনু ।
মজনু ডাঙৰ হোৱাৰ লাগে লাগে তেওঁক কিছু শিক্ষা দিয়াৰ বাবে ৰজাই তেওঁক ওচৰৰ এখন প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাই দিয়ে ।তেওঁ নিয়মিত বিদ্যালয় গৈছিল।কিন্তু এদিন এজনী নতুন ছাত্রী তেখেতৰ শিক্ষা অনুষ্ঠানত নামভৰ্তি কৰিছিল।তাইৰ নাম আছিল "লাইলী"।সেই সময়ত লাইলীতকৈ সুন্দৰী আন কোনেও নাছিল।
মজনু সেইদিন লাইলীক দেখাৰ পৰাই
তাইৰ প্ৰেমত মজনু আত্মহাৰা হৈ পৰিছে।মজনু
সকলো সময়তে ' ঈয়া লাইলী, ঈয়া লাইলী'কৰি
চিঞৰি চিঞৰি থাকে।লাইলী ও মজনুৰ প্ৰেমত পৰিছিল।মজনু লাইলীক এটা মুহূৰ্ততে দেখা নাপালে অধিৰ হৈ পৰিছিল।মানুহে তেওঁৰ অবস্থা দেখি তেওঁক পাগল বুলি মাতিছিল।আৰবী ভাষাত পাগলক 'মজনুন 'বুলি কয়।ইয়াৰ পৰাই কায়েজ ৰ নাম 'মজনু' হয়।
মজনুৰ এনে আকৃতি দেখি ৰজাই
লাইলীৰ দেউতাকৰ ওচৰত বিয়াৰ কথা কবলৈ তেওঁৰ ওচৰত যায়।কিন্তু তাইৰ দেউতাই মজনুক
সকলো য়ে পাগল বুলি কোবাৰ বাবে, ৰজাক কৈছিল যে "মই মোৰ কন্যাক পাগলৰ সৈতে বিয়া নিদিম।
পিছত লাইলীক এজন বয়সীয়াল মনুহৰ লগত বিয়া দিয়ে।
মজনুয়ে এই দুখ সহিব নোৱাৰি ঘৰ এৰি হাবি-বননিত আশ্ৰয় লয়।
মনুহে তেখেতৰ অমৰ প্ৰেম দেখি দুয়োজনৰ মৃত্যু দহ একেখন ঠাইত দাফন কৰে।
By Maznu Rahman
Comments
Post a Comment